চক্ষুচক্ষুপট

চক্ষুদান (Assamese) [ Roman: so.khyu.dan]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-10-31
1. (Verbal Noun) The act of giving own eye to others. It's a noblest of all causes, and we can light the life of two blind people by donating our eyes after our death. মৃত্যুৰ পাচত নিজৰ চকু আনক দান দিয়া কাৰ্য ৷ ই এটা অতি মহৎ প্ৰচেষ্টা আৰু ইয়াৰ দ্বাৰা দুজন অন্ধ মানুহক আমি পৃথিৱীখনক নতুন ৰূপত চোৱাত সহায় কৰিব পাৰো ৷