চক্ৰাকৃতিচক্ৰান্ত কৰ্

চক্ৰান্ত (Assamese) [ Roman: sok.ran.to]
Contributed by: Rubul Mout (ৰুবুল মাউত) on 2006-07-26
1. (Abstract Noun) A secret agreement between two or more parties for a fraudulent, illegal, or deceitful purpose. কোনো অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ দুই বা ততোধিক পক্ষৰ মাজত হোৱা গোপন বুজাবুজি।