চটীয়াচট্টগ্ৰাম

চটুৱা (Assamese) [ Roman: so.tuwa]
Contributed by: Biraj Kumar Kakati on 2008-08-02
1. (Verb-Trans.) influence or urge by gentle urging, caressing or flattering. অনুৰোধ, প্ৰশংসা আদি কৰি কাৰোবাক প্ৰভাৱিত কৰ্।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-02
Ref: চন্দ্ৰকান্ত অভিধান
2. (Common Noun-Common) somebody who praises powerful and important people too much (but not sincerely) to get some (undue) favour from them. ক্ষমতাশালী ব্যক্তিক অতিশয় প্ৰশংসা কৰি বা মন ভূলোৱা কথা কৈ কাম আদায় কৰা লোক৷ এওঁলোকৰ উদ্দেশ্য সাধাৰণতে বৰ সৎ নহয়৷