চন্দ্ৰবিন্দুচন্দ্ৰভাস

চন্দ্ৰভাগা (Assamese) [ Roman: son.dro.bha.ga]
Contributed by: Atul Ch. Kakoti on 2009-05-22
1. (Proper Noun-Neuter) The Chenab River is formed by the confluence of the Chandra and Bhaga rivers at Tandi located in the upper Himalayas in the Lahul and Spiti District of Himachal Pradesh, India. In its upper reaches it is also known as the Chandrabhaga. It flows through the Jammu region of Jammu and Kashmir into the plains of the Punjab. Length of the Chenab is approximately 960 kilometres. হিমাচল প্ৰদেশৰ লাহোল আৰু স্পিতি জিলাৰ তাণ্ডিত “চন্দ্ৰ” আৰু “ভাগা” নামৰ দুটা সুঁতি লগ লাগি চন্দ্ৰভাগা নদীৰ উত্পত্তি হয় ৷ তাৰ পাচত এই নদী জম্মু আৰু কাশ্মীৰ হৈ পাঞ্জাৱৰ মাজেৰে বৈ গৈ পাকিস্তানত সোমায় ৷ চন্ৰভাগা নদীৰ দৈঘ্য প্ৰায়ে ৯৬০ কি, মি, ৷