চলাহচলি

চলাহী (Assamese) [ Roman: so.la.hi]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-02
1. (Verbal Adj.) capable of misleading (someone) by a false appearance or statement মিছা কথা বা বেশেৰে (কাৰোবাৰ) মন মুহিব পৰা
English: deceiving,
Assamese: চলাহী, প্ৰৱঞ্চকৰ, মন-ভুলোৱা

Example Sentences:

1. সি তাৰ চলাহী কথাৰে সকলোৰে মন ভোলাই ৰাখিছে।