চিলিকাচিলিঙি

চিলিঙা (Assamese) [ Roman: si.li.nga]
Contributed by: Anjali Sonowal on 2008-11-19
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Material Noun-Neuter) A platform made of bamboo above the oven in a traditional kitchen to keep things warm and dry. সাধাৰণতে পাক ঘৰত জুহালৰ ওপৰ ভাগত প্ৰয়োজনীয় বস্তু থবৰ বাবে ব্যবহ্যত চাং৷ এনেধৰণে বস্তু থলে পোক পৰুৱাৰ পৰা বচাই ৰাখিব পাৰি আৰু বস্তু সেমেকি নাযায় |