চিৰমেহীচিৰযুগীয়া

চিৰযুগমীয়া (Assamese) [ Roman: si.ro.ju.go.mi.ya]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-08
1. (Proper Adj.-Common) expected to remain unchanged for an indefinitely long time. এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা

Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-02-26
2. (Proper Adj.-Neuter) Unchanging in nature, value, or extent with respect to any parameter like time, temperature, weather, pressure etc সময়, উত্তাপ, বতৰ, চাপ আদিৰ ক্ষেত্ৰত ধৰণ, মূল্য বা পৰিসৰ সলনি নোহোৱা