চিৰাচিৰাঙৰ

চিৰাং (Assamese) [ Roman: si.rang]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-21
1. Place(Proper Noun-Neuter) Chirang district is one of the 27 districts of Assam state in north-eastern India. As of 2011 it is the second least populous district in the state. Kajalgaon is district head quarter of Chirang চিৰাং ভাৰতবৰ্ষৰ অন্তৰ্গত অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত আৰু বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চলৰ অন্তৰ্গত চাৰিখন জিলাৰ এখন৷ ২০০৪ চনত কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাৰ অংশবিশে সাঙুৰি চিৰাং জিলা গঠন কৰা হৈছিল৷ কাজলগাঁও চিৰাঙৰ সদৰ ঠাই।