চেঞ্চরাচেটেলাইট

চেট (Assamese) [ Roman: set]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-03-22
1. (Abstract Noun) A real-time conversation via computer using short instant messages between two or more participants. When a participant types a line of text and then presses the Enter key, that participant's words appear on the screens of the other participants, who can then respond in kind. কম্পিউটাৰৰ জড়িয়তে দুজন বা অধিক ব্যক্তিৰ লগত ক্ষিপ্ৰভাৱে ভাবৰ আদান-প্ৰদান কৰা এক প্ৰক্ৰিয়া৷ যেতিয়া এজন ব্যক্তিয়ে তেওঁৰ নিজৰ কম্পিউটাৰত কোনো বাক্য লিখি ’এণ্টাৰ কী’ দবাই তেতিয়া লগে লগে সংযোগ কৰা আনজন ব্যক্তিৰ কম্পিউটাৰত সেই বাৰ্তা দেখা পোৱা যায়৷
English: chat,
Assamese: চেট