চোঁচোৰ্চোঁচৰ্

চোঁচ্ (Assamese) [ Roman: so`~s]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-28
1. (Verb-Trans.) to remove or free an outer layer, adhering matter etc from a surface বাহিৰৰ কোনো ধুলি বন আদিৰ তৰপ পৰিষ্কাৰ কৰ্
English: scrape,
Assamese: চাঁচ্, চোঁচ্, চোৰোক্,
Mising: gidbin, i, rat,
Khasi: khrud

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-28
2. (Verb-Trans.) to reduce to poverty or to take away everything সকলো বাহিৰলৈ লৈ গৈ একো নাইকিয়া কৰ্ বা দুখীয়াত পৰিণত কৰ্, যেনেঃ বিদেশীয়ে দেশখন তেনেই চুঁচিলে ৷