চৰ্দীচৰ্বি

চৰ্বত (Assamese) [ Roman: sor.bot]
Contributed by: Partha P Sarmah on 2008-02-16
1. (Common Noun-Neuter) a cold drink made from fruits etc.; a type of fruit and or vegetable juice mixed with water, sugar, salt etc. Refreshing for the body. ফলৰ বা শাক পাতৰ পৰা বনোৱা শীতল পানীয়৷ পানী, নিমখ, চেনীৰ লগত মিহলি কৰি বনোৱা ফল আৰু/বা পাচলিৰ শীতল ৰস৷ শৰীৰ বাবে পুষ্টিদায়ক আৰু সতেজকাৰক৷
English: sharbat,
Assamese: চৰ্বত