ছফুটছফৰ

ছফ্‌টৱেৰ (Assamese) [ Roman: soft.wer]
alt: চফ্টৱেৰ
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2007-11-29
Ref: হেমকোষ (পুৰণি)
1. (Abstract Noun) the programs, routines, and symbolic languages that control the functioning of the hardware and direct its operation. কম্পিউটাৰৰ যন্ত্ৰপাতিক ব্যৱহাৰযোগ্য কৰিবৰ বাবে প্ৰয়োজনীয় নিৰ্দেশৰ সমষ্টি