ছিৰ্ছিৱ কাম্

ছিৰ্কা (Assamese) [ Roman: sir.ka]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-03
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) a sour liquid obtained by fermentation of dilute alcoholic liquids and used as a condiment or preservative. এলকহল-যুক্ত জুলীয়া বস্তুৰ পৰা প্ৰস্তুত কৰা এক টেঙা জুলীয়া পদাৰ্থ, যাক সংৰক্ষণকাৰী দ্ৰৱৰূপে ব্যৱহাৰ কৰা হয়।