ছেল্ খাছেৰা

ছেহ (Assamese) [ Roman: seh]
Contributed by: Bikram M Baruah on 2011-10-16
1. (Interjection) an expression used to express surprise and disapproval. আচৰিত হোৱা আৰু/ বা কিবা বেয়া পোৱা বুজাবলৈ ব্যৱহাৰ হয়৷ যেনেঃ ইচ্ ৰাম! কোঠাতো কোনে ইমান লেতেৰা কৰিলে?
English: oh no,
Assamese: ইচ্ ৰাম, ছেহ