ছৰ্পতছৰ্‌তা

ছৰ্বত (Assamese) [ Roman: sor.bot]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-23
Ref: চন্দ্ৰকান্ত অভিধান
1. (Material Noun-Neuter) any liquid that is swallowed to quench thirst, for nourishment. পিয়াহ গুচাবলৈ বা পুষ্টিৰ বাবে গ্ৰহণ কৰা যিকোনো জুলীয়া বস্তু।
English: beverage, drink,
Assamese: ছৰ্পত, ছৰ্বত, পানীয়,
Nagamese: sorbot

Example Sentences:

1. গৰমত নেমুৰ ছৰ্বত খালে দেহ শীতল পৰে।