জধেজন
জধেমধে (Assamese) [ Roman: jo.dhe.mo.dhe]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-02
English: haphazardly, hastily, indiscriminately,
Assamese: উধাইমুধাই, ঊধা-মূধাকৈ, জধেমধে, নিৰ্বিচাৰে, যেনেকে-পায়-তেনেকে, যেনেকৈ-পায়-তেনেকৈ,
Deori: ককৰ-মকৰচ্চা
জধেমধে (Assamese) [ Roman: jo.dhe.mo.dhe]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-04-02
1. (Adverb) Not making or based on careful distinctions. কোনো বাচ-বিচাৰ নকৰাকৈ বা সতৰ্ক নোহোৱাকৈ