জমাবন্দীজমাৰাশি

জমাবহী (Assamese) [ Roman: jo.ma.bo.hi]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-06-15
1. (Material Noun-Neuter) a written record containing regular entries of items or details; a book or system of public records নিয়মীয়াকৈ সামগ্ৰীৰ নাম আৰু আন তথ্য লিখি ৰখা লিখিত নথিপত্ৰ; ৰাজহুৱা তথ্যপাতি লিখি ৰখা বহী