জাংজাংফাই কেৰু

জাংফাই (Assamese) [ Roman: jang.phai]
Contributed by: Rupankar Mahanta on 2007-08-06
1. (Material Noun-Neuter) A yellow translucent fossilized tree resin used for making ornaments. It is usually available in the Misimi mountain, situated in the North-East part of Assam. অসমৰ উত্তৰ-পূৱ ফালৰ মিচিমি পৰ্বতত পোৱা এবিধ জলমলীয়া, মৌবৰণীয়া গোট মৰা গছৰ আঠা ৷ কেৰুমণি বনাবলৈ ব্যৱহাৰ কৰা হয় ৷