জালীজালীকটা

জালী-গাঁত (Assamese) [ Roman: ja.li-ga~t]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-11-19
1. (Material Noun-Neuter) A kind of holes dug in the ground and connected with each other under the ground and serving the purpose of a furnace. কোনো বস্তুৰ তলত জাল দিবৰ বাবে কৰা গাঁত৷ কেইবাটাও গাঁত মাটিৰ তলেদি সংযোগ কৰি খানি, এটাই-কেইটা গাঁতলৈ জুইৰ তাপ যাব পৰাকৈ তাৰ ওচৰতে খানি লোৱা গাঁত; যেনে-"গুৰ পগাবলৈ কৰা জালী-গাঁত"৷