জিজিজিজ্ঞাসা

জিজিয়া (Assamese) [ Roman: ji.ji.ya]
Contributed by: Anjali Sonowal on 2008-12-24
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Verbal Noun) A tax once imposed upon non-Muslim subjects by Muslim rulers. মুছলমান শাসকে একালত অমুছলমান প্ৰজাৰ ওপৰত আৰোপ কৰা জনমূৰি কৰ ।