জীৱবিশ্লেষণজীৱভৰ

জীৱবৈচিত্ৰ (Assamese) [ Roman: ji.bo.boi.sit.tro]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-02
1. (Abstract Noun) The existence of a large number of different kinds of animals and plants which make a balanced environment. এক সুষম পৰিৱেশ গঢ়ি তোলা বৃহৎ সংখ্যক ভিন্ন প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদৰ অৱস্থিতি।