জুবেজুম পাত্

জুম (Assamese) [ Roman: jum Origin: ফা. মজুম (হেম১৩)]
Contributed by: Biraj Kumar Kakati on 2007-06-11
1. (Abstract Noun) abnormal accumulation or obstruction, esp. of traffic etc. একে ঠাইত অস্বাভাৱিকভাৱে গোট খোৱা এক সমূহ বা তেনে কৰা কাৰ্য্য।
English: congestion,
Assamese: ঘঁচালনি, ঘঞ্চাল, ঘঞ্চালনি, জুম, ঠেলা-ঠেলি, ঠেলা-হেঁচা, ভীৰ, হেঁচা-টেপা, হেঁচা-ঠেলা, হেঁচা-হেঁচি

Example Sentences:

1. সিহঁতি জুম বান্ধি কিবা আলোচনা কৰি আছে।
2. ঘটনা স্হলিত বহুত মানুহৰ জুম লাগিল।