জেউৰজেওৰা

জেউৰা (Assamese) [ Roman: je.u.ra]
Contributed by: Anjali Sonowal on 2009-03-18
1. (Common Noun-Neuter) an item used in pujas; prepared by mixing milk, curd, ghee, honey and sugar. Also known as madhuporko. In some customs people offer it to pregnant women on their fifth month of pregnancy for the well being of the mother and the child. However, in this use of the preparation it is called only as ponchamrit. পূজাৰ বাবে এৱাঁগাখীৰ, দৈ, ঘিঁউ, মৌ আৰু চেনী এই পাঁচবিধ দ্ৰব্যৰে প্ৰস্তুত কৰা এক উপকৰণ৷ ইয়াক মধুপৰ্ক বুলিও কয়৷ বহুতে গৰ্ভৱতী মহিলাক গৰ্ভধাৰণৰ পঞ্চম মাহৰ সময়ছোৱাত মাতৃ আৰু সন্তানৰ মংগলৰ বাবে ইয়াক খাবলৈ দিয়ে৷ এইবিধ প্ৰয়োগত ইয়াক কেৱল পঞ্চামৃত বুলিহে কয়৷