জৰাজৰজৰাদৃষ্টি

জৰাতুৰ (Assamese) [ Roman: jo.ra.tur]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-21
1. (Proper Adj.-Common) Very old and not in good condition or health. বৰ বুঢ়া আৰু বুঢ়া বয়সৰ বাবে বৰকৈ লৰি-চৰি ফুৰিব নোৱাৰা অৱস্থা হোৱা ।
English: decrepit,
Assamese: আথৰ, আলৰ, জৰাতুৰ,
Khasi: ba larew,
Tai: থাৱ