টকলামূৰাটকা

টকলিয়া (Assamese) [ Roman: to.ko.li.ya]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-04
Ref: চন্দ্ৰকান্ত অভিধান
1. (Verb-Intran.) to produce a sound by holding fast the tongue to the roof of the mouth and then quickly separating it or to express joy, displeasure or surprise by such act তালুত জিভা হেঁচি লগাই মুখৰ ভিতৰলৈ বতাহ টানি হঠাত্ জিভা এৰুৱাই দি ’টক্’ শব্দ কৰ্ অথবা তেনেকুৱা শব্দ কৰি আনন্দ, অসন্তোষ বা বিস্ময় প্ৰকাশ কৰ্