টকীয়াটকৌৱে

টকৌ (Assamese) [ Roman: to.kou]
Contributed by: Atul Ch. Kakoti on 2009-11-12
1. Tree(Common Noun-Neuter) A kind of palm type tree in the family Cyclanthaceae. Somtimes we have to seen, that the people used its leaves as a house making matarials on the top of the roof in Assam. এবিধ তাল জাতীয় গছ ৷ ইয়াৰ পাতেৰে জাপি ছোৱা হয় ৷ অসমৰ ঠায়ে ঠায়ে ইয়াৰ দ্বাৰা ঘৰৰ চালি সজাও দেখা যায় ৷
English: Livistona jenkinsianasci ,
Assamese: টকৌ

Example Sentences:

1. ঘৰটোৰ চালিখন টকৌ পাতেৰে সজা।