টন্ লুঙ্টপককৈ
টন্টনীয়া (Assamese) [ Roman: ton.to.ni.ya]
Contributed by: Uddip Talukdar on 2012-04-06
English: fitting, tight,
Assamese: আট খোৱা, আট লোৱা, কপকপীয়া, খাপ খোৱা, টনটনীয়া, টন্টনীয়া, টান্, নিকটকটীয়া, নিকপকপীয়া, ফিট, ফিটফিটীয়া,
Bodo: गोरा,
Garo: ketket, ma.keta,
Karbi: chingkin,
Deori: কেতেতেক, জুৰা-জুকা-নমা, লকক
টন্টনীয়া (Assamese) [ Roman: ton.to.ni.ya]
Contributed by: Uddip Talukdar on 2012-04-06
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Proper Adj.-Neuter) Fixed or fastened firmly in place; just smaller than the required size. নিৰ্দ্দিষ্ট স্থানত কপকপীয়াকৈ লগা বা বান্ধ খাই পৰা; প্ৰয়োজনীয় আকাৰতকৈ মাত্ৰ অকণমান সৰু।Assamese: আট খোৱা, আট লোৱা, কপকপীয়া, খাপ খোৱা, টনটনীয়া, টন্টনীয়া, টান্, নিকটকটীয়া, নিকপকপীয়া, ফিট, ফিটফিটীয়া,
Bodo: गोरा,
Garo: ketket, ma.keta,
Karbi: chingkin,
Deori: কেতেতেক, জুৰা-জুকা-নমা, লকক