টিকটসমূহটিকটিক কৰ্

টিকটিক (Assamese) [ Roman: tik.tik]
Contributed by: Partha P Sarmah on 2011-08-24
1. (Verbal Noun) short, light, repeated sound made by a clock (or a lizard) ঘড়ীয়ে জেঠী আদিয়ে নিয়মীয়াকৈ কৰা সৰু, চুটি, মিহি শব্দ৷যেনেঃ ঘড়ীটোৱে কয় শুনা টিক টিক টিক, সময় গৈছে উৰি ঠিক ঠিক ঠিক৷
English: ticking,
Assamese: টিকটিক