টিঙ্টিছুপেপাৰ

টিছুকাকত (Assamese) [ Roman: ti.su.ka.kot]
Contributed by: Partha P Sarmah on 2010-12-01
1. (Material Noun-Neuter) a very thin and soft paper that absorbs liquids and is used as handkerchief. পনীয়া দ্ৰব্য শুহিব পৰা (আৰু সাধাৰনতে ৰুমাল হিচাপে ব্যৱহাৰ হোৱা)এবিধ অতি কোমল কাগজ৷