টিপ্পনী কাকতটিফিন

টিফাই (Assamese) [ Roman: ti.phai]
Contributed by: Partha P Sarmah on 2010-02-17
1. (Common Noun-Neuter) a temporary or portable fire place. জুই ধৰাৰ অস্থায়ী, লৈ ফুৰিব পৰা ব্যৱস্থা৷(যেনেঃ টাগাৰা আদিৰ ওপৰত)(টিফাই টাই ভাষাৰ পৰা অহা—(টি- ঠাই, ফাই-জুই)
Assamese: টিফাই