টেইটুকিটেকলি

টেক (Assamese) [ Roman: tek]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-07-23
Ref: চন্দ্ৰকান্ত অভিধান
1. (Material Noun-Neuter) a land prodruding into a water-body সাগৰ বা নৈৰ ভিতৰলৈ আগবাঢ়ি যোৱা কিলাকুটীয়া মাটিভাগ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-07
Ref: চন্দ্ৰকান্ত অভিধান
2. (Material Noun-Neuter) A kind of fish trap made with bamboo. বাঁহেৰে তৈয়াৰী মাছ ধৰা এবিধ যতন ৷