টেক্‌ন`লজীটেঙা

টেগবাহাদুৰ (Assamese) [ Roman: teg.ba.ha.dur]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-16
1. Religious-Mythological(Proper Noun-Masculine) Guru Tegh Bahadur, revered as the ninth Nanak, was the ninth of the ten Gurus of the Sikh religion. A poet, a thinker, and a warrior, Guru Teg Bahadur carried forward the light of Guru Nanak`s sanctity and divinity. শিখসকলৰ নবম গুৰু৷ মিৰজুমলা অসম আক্ৰমণৰ সময়ত শিখ গুৰু টেগবাহাদুৰ সহিতে পাঁচজন পীৰ মীৰজুমলাৰ বাহিনীৰ সৈতে আহিছিল৷