ডংকামোকামডঃ ভবেন্দ্ৰ নাথ শইকীয়া

ডঃ (Assamese) [ Roman: doc.tor]
Contributed by: Bikram M Baruah on 2011-10-18
1. (Abstract Noun) the abbreviation for 'Doctor of Philosophy'. A university degree of a very high level (in many places the highest university degree) that is given to somebody who has done research in a particular subject in any descipline. The recipient can write Dr. in front of his/her name. Doctor of Philosophyৰ সংক্ষিপ্ত ৰূপ| যিকোনো বিষয়ত সফলতাৰে গৱেষণা কৰি গৱেষণা পত্ৰ বিশ্ববিদ্যালয়ক জমা দিয়াৰ পিছত বিশ্ববিদ্যালয়ে প্ৰদান কৰা এক সৰ্বোচ্চ ডিগ্ৰী বা উপাধিৰ অন্যতম| এই উপাধি প্ৰাপ্তিৰ পিছত প্ৰাপকে নিজৰ নামৰ আগত ড (ডক্টৰ) লিখিব পাৰে
English: Dr, phd,
Assamese: ড°, ডঃ, পি.এইছ.ডি