ডুগি-ডাইনাডুণ্ডুল

ডুগী (Assamese) [ Roman: du.gi]
Contributed by: Partha P Sarmah on 2011-09-26
1. (Material Noun-Neuter) the metal or earthen drum in the tabla that provides the bass notes. তবলাৰ সাধাৰণতে বাওঁহাতেৰে বজোৱা মাটিৰ বা ধাতুৰ বহল অংশটো৷ মাটি বা ধাতুৰ খৌলাটোৰ ওপৰত চামৰাৰ এখন পাতল আৱৰণ থাকে৷ এই অংশটোৰ পৰা গম্ভীৰ (গুম-গুমণি তোলা) শব্দ ওলাই৷
English: bayan, duggi,
Assamese: ডুগী, বাঁয়া