ডৰখডৰি

ডৰা (Assamese) [ Roman: do.ra]
Contributed by: Partha P Sarmah on 2010-02-14
1. (Common Noun-Neuter) a measurment of some size of (agricultural) land (খেতি) মাটিৰ আকাৰ, জোখ, পৰিমাণ বুজোৱা৷ যেনেঃ এডৰা খেতি; মাটি দুডৰাত খেতি ভাল হৈছে৷