ঢেঁকীথোৰাঢেঁকীয়াখোৱা

ঢেঁকীশাল (Assamese) [ Roman: dhe~.ki.xal]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-01-02
1. (Material Noun-Neuter) A traditional Assamese wooden equipment to grind rice, spice etc. চাউল,মচলা আদি গুৰি কৰিবলৈ ব্যাবহাৰ কৰা এবিধ কাঠৰ আহিলা|

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-05-17
2. (Material Noun-Neuter) a shed where rice is cleaned. ধান বানিবৰ কাৰণে ঢেঁকী ৰখা ঘৰ ৷