তদপিতদবিৰ কৰ

তদবিৰ (Assamese) [ Roman: tod.bir]
Contributed by: Biraj Kumar Kakati on 2010-08-24
1. (Abstract Noun) Support, upkeeping a machine, a house etc. in good order কোনো যন্ত্ৰ, ঘৰ আদি ভালকৈ ৰাখিবৰ বাবে লোৱা প্ৰতিপালন ব্যৱস্থা

Contributed by: Anjali Sonowal on 2010-03-21
2. (Verbal Noun) to be in charge of somebody or something and to ensure that everything is done properly, safely, timely etc. কিবা কাম বা কোনো ব্যক্তিৰ দায়িত্ব লৈ সেই কাম বা সেই ব্যক্তিয়ে কৰা কাম ভালদৰে, সুকলমে বা সময়মতে হৈচেনে আদি নিশ্চিত কৰা৷