তাকেতাকো

তাকেই (Assamese) [ Roman: ta.kei]
Contributed by: Partha P Sarmah on 2012-04-18
1. (Interjection) used to express affirmation/ assent or to emphasiz a previous statement/remark/point. নিজৰ বা আনৰ কোনো কথাৰ প্ৰতি সমৰ্থন বা সন্মতি বুজাবলৈ বা আগেয়ে দিয়া কোনো বক্তব্যৰ সৈতে একমত হোৱা বা বুজাবলৈ ব্যৱহাৰ কৰা শব্দ৷ যেনেঃ মইটো তাকেই কৈ আছোঁ৷
Assamese: তাকেই