তাৰিতাৰিখলৈকে

তাৰিখ (Assamese) [ Roman: ta.rikh]
co.adj: নতুন~, পুৰণা~, plc: -বিলাক, -সমূহ, dfc: -টো
1. (Abstract Noun) a particular day of the calender, specified by the year, the month and the day দিন, মাহ আৰু বছৰ উল্লেখ কৰি পঞ্জিকাৰ এটা নিৰ্দ্দিষ্ট দিন
English: date,
Assamese: তাং, তাৰিখ, দিনাংক,
Bodo: खालार, तारीख,
Khasi: ka tarik,
Meeteilon: tarikh,
Nagamese: tarikh,
Dimasa: basaing,
Nepali: मिति