তিথতিন

তিথি (Assamese) [ Roman: ti.thi]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-30
1. (Abstract Noun) one-thirtieth of a lunar months, i.e. lunar month. the period of a complete revolution of the moon around the earth, as the period between successive new moons চন্দ্ৰৰ মাহেকীয়া গতিৰ, অৰ্থাত্ চন্দ্ৰই পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰিবলৈ লগা সময় বা শুক্ল পক্ষৰ প্ৰতিপদৰপৰা অমাৱস্যালৈ সময়চোৱাৰ ত্ৰিশ ভাগৰ এভাগ
English: lunar day,
Assamese: তিথি