তোৰাতোৰে

তোৰা-মাছ (Assamese) [ Roman: to`.ra-mas]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-18
Ref: চন্দ্ৰকান্ত অভিধান
1. Fish(Common Noun-Common) a kind of eel, almost one foot long and lives in muddy swamps. নেজ আৰু মুখৰ ফাললৈ জোঙা, গোটাসজীয়া, এবেগেতমান দীঘল এবিধ বোকাত থকা মাছ।