ত্ৰিবলিত্ৰিবিমীয়

ত্ৰিবলী (Assamese) [ Roman: tri.bo.li]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-06-24
1. (Material Noun-Neuter) the three lines formed by folds of skin above the navel (regarded as a mark of beauty) নাভিৰ ঠিক ওপৰত ছাল কোঁচ খাই সৃষ্টি হোৱা তিনিডাল ৰেখা-সদৃশ ভাঁজ (সৌন্দৰ্য্য-সূচক বুলি ভবা হয়)