ত্ৰিমাত্ৰিকত্ৰিমূৰ্ত্তি

ত্ৰিমূৰ্তি (Assamese) [ Roman: tri.mur.ti]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-04
1. (Material Noun-Neuter) a union or group of three. একেলগে তিনিটা লগ হোৱা ৷

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-04
2. (Proper Noun-Masculine) the united form of Brahma, Visnu and Siva. ব্ৰহ্মা, বিষ্ণু আৰু শিৱ একেলগে লগ হোৱা ৷

Contributed by: Partha P Sarmah on 2008-06-04
3. (Proper Noun-Masculine) (in Christianity) the union of Father,Son and Holy Spirit as one God. খ্ৰীষ্ট ধৰ্মৰ বিশ্বাস অনুসৰি পিতা, পুত্ৰ আৰু পৱিত্ৰ আত্মা মিলি হোৱা একক ভগৱান৷