ত্ৰুটি মাৰ্জ্জনা কৰ্ত্ৰুটিমুক্ত

ত্ৰুটিপূৰ্ণ (Assamese) [ Roman: tru.ti.pur.no]
adv: ত্ৰুটিপূৰ্ণভাৱে
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-08
1. (Proper Adj.-Neuter) not suited or appropriate to the situation পৰিৱেশ বা অৱস্থাৰ সৈতে খাপ নোখোৱা বা উপযুক্ত নোহোৱা

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-08
2. (Proper Adj.) not accurate or true; speaking or behaving in a way that does not follow accepted standard or rules. যি শুদ্ধ বা সঠিক নহয়; গ্ৰহণযোগ্য মান বা নিয়ম বহিৰ্ভূত কথা বা ব্যৱহাৰ।