ত্ৰৈমাত্ৰিক ৰাসায়নবিজ্ঞানত্ৰৈলোকনাথ

ত্ৰৈমাসিক (Assamese) [ Roman: troi.ma.xik]
Contributed by: Ranjita Pegu on 2007-05-14
1. (Proper Adj.-Neuter) Produced or occurring every three months, e.g., a quarterly magazine প্ৰতি তিনিমাহৰ মূৰে-মূৰে হোৱা বা সৃষ্টি কৰা; যেনেঃ ত্ৰৈমাসিক আলোচনী

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-10-26
2. (Abstract Noun) a three months academic term in some universities. They divide the academic year into three trimesters. কোনো কোনো বিশ্ববিদ্যালয়ৰ তিনিমহীয়া পঠ্য পাঠ্যকাল৷ এটা শৈক্ষিক বছৰ এওঁলোকে তিনিটা ট্ৰাইমেষ্টাৰত ভাগ কৰে৷