দিননাথদিনপতি

দিনপঞ্জী (Assamese) [ Roman: di.no.pon.ji]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2009-07-16
1. (Abstract Noun) a personal daily journal recording the events of the day দিনটোৰ ঘটনাৱলী সামৰি যুগুত কৰা ব্যক্তিগত লিখনিবিশেষ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-14
2. Art and Culture(Abstract Noun) a table or register with the days of each month and week in a year কোনো মাহৰ অথবা গোটেই বছৰটোৰ দিনবোৰৰ তালিকা৷