দুণিদুত

দুণৰি (Assamese) [ Roman: du.no.ri]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-03-16
1. (Material Noun-Neuter) a small basket containing rice, betelnuts and a lighted lamp carried while in a procession going to fetch water at a marriage. বিয়াত পানী তুলিবলৈ যাওঁতে আৰৈ চাউল আৰু তামোল-পাণ ভৰাই তাত এটা চাকি লগাই লৈ যোৱা কাঠী, মাটি বা পিতলৰ এটা দোণ বা খৰাহিৰ নিচিনা সঁজুলি৷