দুৰ্যোগদুৰ্লক্ষণ

দুৰ্যোধন (Assamese) [ Roman: dur.jo`.dhon]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-21
1. Hinduism(Proper Noun-Masculine) one of the main charecter of Mahabharat. মহাভাৰতৰ অন্য এক ঐতিহাসিক পুৰুষ ৷ সৰ্ব্বজন বিদিত যে কুৰুক্ষেত্ৰ ৰণত কামৰূপৰ ৰজা ভগদত্তই কৌৰৱৰ পক্ষ লৈ যুদ্ধ কৰিছিল ৷ কাৰণ জেষ্ঠ কৌৰৱ দুৰ্যোধন আছিল ভগদত্তৰ জোঁৱায়েক ৷ ভগদত্ত ৰজাৰ কন্যা ভানুমতীক বিয়া কৰাইছিল দুৰ্যোধনে ৷