দূৰসংযোগদূৰসভা

দূৰসঞ্চাৰ (Assamese) [ Roman: dur.xon.sar]
Contributed by: Dibya Dutta on 2015-06-14
1. (Abstract Noun) The science and technology of sending and receiving information such as sound, visual images, or computer data over long distances through the use of electrical, radio, or light signals, using electronic devices to encode the information as signals and to decode the signals as information. বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এটা শাখা য`ত শব্দ, ছবি অথবা তথ্য আদি বৈদুতিক, পোহৰ বা ৰেডিও তৰঙ্গ হিচাবে দূৰ-দূৰণিলৈ প্ৰেৰণ কৰা হয় আৰু এই বিষয়ে অধ্যয়ন কৰা হয়।