দৃষ্টিভঙ্গীদৃষ্টিশক্তি

দৃষ্টিভ্ৰম (Assamese) [ Roman: dris.ti.bhrom]
Contributed by: Partha P Sarmah on 2008-05-07
1. (Common Noun-Common &/or Masculine) something tricky that confuses your eyes and makes you think that you can see something which is really not there or makes you see something which is really different from what you see. একপ্ৰকাৰৰ ছলনা যাৰ বাবে আমি চকুৰ আগত প্ৰকৃততে নথকা কিবা বস্তুও দেখো বুলি ভাবো আৰু বা কিবা বস্তুৰ প্ৰকৃত ৰূপতকৈ বেলেগ ধৰণে দেখো৷